লক্ষেশ্বৰ হাজৰিকা ‘বিহু’ অসমৰ জাতীয় উৎসৱ। বিহু যেনেকৈ এফালে সামাজিক অনুষ্ঠান, আনফালে ধৰ্মীয় উৎসৱ বুলিও ক’ব পাৰি।…
জিতু কুমাৰ লেখাৰু পথাৰৰ ইতিহাস মানুহৰ সভ্যতা আৰু সংস্কৃতিৰ ইতিহাস। শস্য-শ্যামল বিশাল পথাৰৰ বুকুতেই জীপলৈ উঠিছে মানুহৰ…
দেৱাশিস বুঢ়াগোহাঁই অসমৰ সমাজ জীৱনত সামাজিক মাধ্যম (Social Media)-ৰ প্ৰভাৱ যোৱা পাঁচ বছৰত ব্যাপকভাৱে বাঢ়ি আহিল। যি…
বিতুপ্ৰতিভ বৰুৱা বিহু: আনন্দ আৰু স্বাচ্ছন্দ্যৰ উৎসৱ বিহু বুলিলে অসমীয়াৰ মনত যিখন ছবি ভাহি আহে সেইখন আনন্দৰ…
শৈলেন বৰুৱা এটা ইতিহাস প্ৰসিদ্ধ আলিবাট। আলিবাটটোৱে এতিয়ালৈকে দুটা নাম সলাই তৃতীয়টো পোছাকী নাম গাত মেৰিয়াই আছে…
টুনুজ্যোতি গগৈ কেইবছৰ মানৰপৰা সুধীসমাজে ক’বলৈ ধৰিছে যে শেহতীয়াকৈ অসমত সবল ৰূপত আত্মপ্ৰকাশ কৰা হিন্দুত্ববাদ বা ব্ৰাহ্মণ্যবাদক…
ড° অনুৰাধা শৰ্মা ‘অতিকৈ চেনেহৰ মুগাৰে মহৰাতাতোকৈ চেনেহৰ মাকো।তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটিনেপাতি কেনেকৈ থাকো।।’অসমীয়া জনজীৱনৰ প্ৰাণৰো প্ৰাণৰ…
মুখ্য উপদেষ্টাশ্ৰীযুত প্ৰদান বৰুৱা। সাংসদ, লখিমপুৰ লোকসভা সমষ্টি।শ্ৰীযুত নৱ কুমাৰ দলে। বিধায়ক, ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টি।শ্ৰীযুতা…
লীলাকান্ত চেতিয়া, নৃপেন গোহাঁই অতিকৈ চেনেহৰ মুগাৰে মহুৰাতাতোকৈ চেনেহৰ মাকো,তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটিনেপাতি কেনেকৈ থাকোঁ। অসমীয়া কৃষ্টি-সংস্কৃতি,…
শ্ৰীডিম্বেশ্বৰ চেতিয়া জয় জয়তে সকলো বিহু প্ৰেমী ৰাইজলৈ বৃহত্তৰ কঢ়াপৰীয়া মঞ্চৰ পৰা বিহুৰ ওলগ জনাই আমাৰ একাষাৰ…